বলপূৰ্বকবলবত্ ৰাখ্
বলপূৰ্বক ভাবে (Assamese) [ Roman: bo.lo.pur.bok bha.be]
Contributed by: Biraj Kumar Kakati on 2007-06-09
English: forcefully,
Assamese: জোৰ-জবৰদস্তি কৰি, জোৰ-জুলুম কৰি, জোৰ-জুলুমকৈ, জোৰকৈ, জোৰেৰে, বলপূৰ্বক, বলপূৰ্বক ভাবে, বলেৰে, সজোৰে,
Garo: bilko jakkale, dakraatani,
Nagamese: joborjosti
বলপূৰ্বক ভাবে (Assamese) [ Roman: bo.lo.pur.bok bha.be]
Contributed by: Biraj Kumar Kakati on 2007-06-09
1. (Adverb) by force or by applying force বল প্ৰয়োগ কৰি